Thursday, June 26, 2025

25+ Assamese Romantic Love Poetry Collection - অসমীয়া ৰোমাণ্টিক কবিতা, প্ৰেমৰ কবিতা সংগ্ৰহ

Welcome to a world where love is expressed through the beautiful language of Assamese poetry. In this article, we'll take you on a journey through over 25+ Assamese romantic poems that capture the essence of love. I hope Each poem will immerse you in the emotions of romance and longing. Join me as we explore the timeless beauty of Assamese Romantic Love Poetry. 

Assamese Romantic Love Poetry Collection

অসমীয়া ৰোমাণ্টিক কবিতা, প্ৰেমৰ কবিতা সংগ্ৰহ 

Assamese Heart Touching Sad Poem

Assamese Heart Touching Sad Poetry

Assamese Romantic Love Poetry Collection - অসমীয়া ৰোমাণ্টিক কবিতা, প্ৰেমৰ কবিতা সংগ্ৰহ

Note: Please refrain from copying the content provided above verbatim. Instead, use it as inspiration to craft your own original text. Copying without proper attribution or permission may infringe on copyright laws and ethical standards. Thank you for your understanding and respect for intellectual property rights

Author bio image

About the Author

Hi there! I'm Satyajit and the founder of Niribili. You can contact me through the social media profile provided below for website design, graphics design, and social media promotion.

#AxomiyaKobita #AssameseRomanticPoems #AssameseNewPomes #AssameseLovePoetry #SatyajitKakoti
Read more ...

Saturday, May 24, 2025

* দেউতা *

দেউতা— এটি কেৱল এটি শব্দ নহয়, এটি অনুভৱৰ ধ্বনি।

তেওঁৰ শান্ত মুখখনৰ আঁৰত লুকাই থাকে সহস্ৰ ত্যাগ আৰু পৰিশ্ৰমৰ কাকো ক’ব নোৱাৰা কাহিনী।

নিজৰ সুখ উৎসৰ্গা কৰি আমাৰ বাবে হাঁহিৰ বাট সাজি দিয়া একমাত্ৰ পুৰুষ দেউতা

দেউতা, তুমি মোৰ সাহস, তুমি মোৰ প্ৰেৰণাৰ আশ্ৰয়।

জীৱনৰ প্ৰতিটো সফলতাৰ আঁৰত তোমাৰ নিঃস্বাৰ্থ ত্যাগেই প্ৰধান৷

দেউতা — তুমি হৃদয়ৰ নিভৃততম কোণত গোপনে জীয়াই থকা জীৱনৰ সজীৱ ভালপোৱাৰ ৰূপ।

— নিৰিবিলি —
Read more ...

Thursday, April 10, 2025

কেইটামান ফাগুনৰ কবিতা সংগ্ৰহ | Assamese Romantic Poem on ফাগুন by Satyajit Kakoti

কেইটামান ফাগুনৰ কবিতা সংগ্ৰহ | Assamese Romantic Poem on ফাগুন

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

ফাগুনৰ কবিতা ১

ফাগুনে কঢ়িয়াই অনা সহস্ৰ ৰঙীণ আদৰেও
শেষ কৰি থৈ যাব নোৱাৰে
কলিজাৰ বিৱৰ্ণ তাড়না,
সেইদৰে
সহানুভূতিৰ সেউজীয়া ছবি এখন আঁকি
বসন্তইও মোহাৰি পেলাব নোৱাৰে
দুচকুত উপঙি থকা ৰিক্ততা।

------ কবিঃ সত্যজিত কাকতি

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

হে ফাগুন 
বুকুৰ সহস্ৰ আবেগক
উজাৰি দিব পৰাকৈ
এইবাৰ ঐ আনিবা
আচুতীয়াকৈ এবুকু নিৰ্জনতা

এজাক শুভকামনাৰে
সুবাসিত কৰি থৈ যাবা
একাকীত্ত্বৰ প্ৰতিটো অসুখীয়া উশাহ

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese
ফাগুনৰ কবিতা ২
শিৰোনামঃ ফাগুনৰ প্ৰেম

জনাবানে কোন বাটেদি গ’লে ফাগুনৰ দৰে
তোমাৰ হৃদয়ত কেৱল 
মইয়েই প্ৰৱেশ কৰিব পাৰিম?
কেনেকৈ কথা ক’লে
অথবা দেখিবলৈ কেনেকুৱা হ’লে
তোমাৰ ব্যস্ততা নতুবা নিসংগতাৰ প্ৰতিটো ক্ষণত
এজাক অবৈধ দুৰ্বলতা হৈ আউল লগাব পাৰিম

জনাবানে
কেতিয়া আৰু ক’ত লগ পালে কম
তোমাৰ সতে কটালো যি ফাগুন
সেইয়া মোৰ জীৱন।

------ কবিঃ সত্যজিত কাকতি

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

ফাগুনৰ উপহাৰ
এইবাৰৰ ফাগুন বহুত বেছি ব্যতিক্ৰম
শূন্যতাত ওলমি থকা নিতাল দুপৰীয়াবোৰৰ পৰিৱৰ্তে
অনুৰাগী পচোৱা এজাকৰ পৰশত
জীপাল হোৱা হৃদয়ৰ বাবে শ্ৰেষ্ঠতম উপহাৰ এটি দি গ’ল,

হে বসন্ত, হে শৰত, শে শাওণ
অভিনন্দন জনোৱা মোক
ফাগুনে 
ফাগুনে এইবাৰ মোক, তেওঁক দি গ’ল।

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

 #FagunorKobita #AssamesePoem #RomanticPoetry #AssameseRomance #ফাগুনৰ_কবিতা #ফাগুন #AssameseLiterature

🔒 Copyright Disclaimer:
This is an original collection of poems. Kindly do not copy, reproduce, or share any content without proper credit of the author or permission. Kindly respect the creator's effort and creativity.
Read more ...

Wednesday, April 2, 2025

50+ Assamese Powerful Motivational Quotes to Inspire You | Best Inspirational Quotes to Motivate Your Life

Description: Discover 50+ powerful Assamese motivational quotes that will inspire and uplift your spirit. These best inspirational quotes will help you stay positive, overcome challenges, and achieve success in life. Whether you need motivation for work, studies, or personal growth, these Assamese quotes will give you the encouragement you need.

50+ শক্তিশালী অসমীয়া প্ৰেৰণাদায়ক উদ্ধৃতি আৱিষ্কাৰ কৰক, যিয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু আপোনাক অনুপ্ৰাণিত কৰিব। এই শ্ৰেষ্ঠ অনুপ্ৰেৰণামূলক উদ্ধৃতিসমূহে আপোনাক সদায় ইতিবাচক চিন্তা ৰাখিবলৈ, কঠিন পৰিস্থিতি জয় কৰিবলৈ, আৰু জীৱনত সফলতা লাভ কৰিবলৈ সহায় কৰিব। আপুনি কাম, অধ্যয়ন, নাইবা ব্যক্তিগত উন্নতিৰ বাবে অনুপ্ৰেৰণা বিচাৰি থাকিলে, এই অসমীয়া উদ্ধৃতিসমূহে আপোনাক প্ৰয়োজনীয় উৎসাহ প্ৰদান কৰিব।

Inspirational Assamese Quotes for Success

Assamese Motivational Quotes to Inspire You

Follow Us on Facebook

Read more ...